ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
ಉದಾಹರಣೆ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
ಸಮಾನಾರ್ಥಕ : নিমেষ, পলক
ಅರ್ಥ : একেবাৰে কম সময়
ಉದಾಹರಣೆ : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
ಸಮಾನಾರ್ಥಕ : অলপ সময়, কম সময়, খন্তেক
ಅರ್ಥ : যিটো হিচাপতকৈ কম
ಉದಾಹರಣೆ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
ಸಮಾನಾರ್ಥಕ : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
ಸ್ಥಾಪನೆ