ಅರ್ಥ : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
ಉದಾಹರಣೆ :
আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
ಸಮಾನಾರ್ಥಕ : শ্রেণীকোঠা
ಅರ್ಥ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ಉದಾಹರಣೆ :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
ಸಮಾನಾರ್ಥಕ : শ্রেণী
ಅರ್ಥ : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
ಉದಾಹರಣೆ :
শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
ಸಮಾನಾರ್ಥಕ : ইয়েৰ