ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
ಉದಾಹರಣೆ : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : পদ্ধতি, প্রক্রিয়া, প্রণালী
ಅರ್ಥ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
ಉದಾಹರಣೆ : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : ক্রিয়াপদ
ಅರ್ಥ : কোনো কাম হোৱা বা কৰাৰ ভাব
ಉದಾಹರಣೆ : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
ಸಮಾನಾರ್ಥಕ : কার্য
ಸ್ಥಾಪನೆ