ಅರ್ಥ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
ಉದಾಹರಣೆ :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
ಸಮಾನಾರ್ಥಕ : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
ಅರ್ಥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ಉದಾಹರಣೆ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
ಸಮಾನಾರ್ಥಕ : বুজোৱা
ಅರ್ಥ : স্থিৰ কৰা
ಉದಾಹರಣೆ :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
ಅರ್ಥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
ಉದಾಹರಣೆ :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
ಸಮಾನಾರ್ಥಕ : লোৱা
ಅರ್ಥ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
ಉದಾಹರಣೆ :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
ಸಮಾನಾರ್ಥಕ : জনোৱা
ಅರ್ಥ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
ಉದಾಹರಣೆ :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
ಸಮಾನಾರ್ಥಕ : উচ্চাৰণ কৰা
ಅರ್ಥ : কিবা কৈ বাধক হোৱা
ಉದಾಹರಣೆ :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
ಅರ್ಥ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
ಉದಾಹರಣೆ :
পইচাই কথা কয়
ಅರ್ಥ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
ಉದಾಹರಣೆ :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
ಅರ್ಥ : কিবা কৰিবলৈ আদেশ দিয়া
ಉದಾಹರಣೆ :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
ಸಮಾನಾರ್ಥಕ : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
ಅರ್ಥ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
ಉದಾಹರಣೆ :
তেওঁ কʼলে যে ৰহিম আজি নাহে
ಅರ್ಥ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
ಉದಾಹರಣೆ :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে