ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কোৰিয়ান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কোৰিয়ান   বিশেষ্য

ಅರ್ಥ : কোৰিয়া দেশৰ অধিবাসী

ಉದಾಹರಣೆ : সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে

ಸಮಾನಾರ್ಥಕ : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী

ಅರ್ಥ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়

ಉದಾಹರಣೆ : অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল

ಸಮಾನಾರ್ಥಕ : কোৰিয়ান লিপি

ಅರ್ಥ : কোৰিয়া দেশৰ ভাষা

ಉದಾಹರಣೆ : কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে

ಸಮಾನಾರ್ಥಕ : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা

কোৰিয়ান   বিশেষণ

ಅರ್ಥ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত

ಉದಾಹರಣೆ : কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ

ಅರ್ಥ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে