ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
ಉದಾಹರಣೆ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
ಸಮಾನಾರ್ಥಕ : কোষ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ
ಅರ್ಥ : বহুত ধন থকা কোষ বা স্থান
ಉದಾಹರಣೆ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
ಸಮಾನಾರ್ಥಕ : কোষ, খাজানা, ভাণ্ডাৰ
ಅರ್ಥ : ৰজা বা ধনীসকলে কাপোৰ বা গহনা ৰখা ডাঙৰ কোঠা বা স্থান
ಉದಾಹರಣೆ : চোৰবোৰে কোষাগাৰৰ চিপাহীক বেহুচ কৰি দিলে
ಸ್ಥಾಪನೆ