ಅರ್ಥ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
ಉದಾಹರಣೆ :
সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
ಸಮಾನಾರ್ಥಕ : অদৃঢ়তা, অপৰিপক্কতা
ಅರ್ಥ : কোমল হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
ಅರ್ಥ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল