ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ಉದಾಹರಣೆ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
ಸಮಾನಾರ್ಥಕ : বেগ, সোঁত
ಅರ್ಥ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
ಸಮಾನಾರ್ಥಕ : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
ಅರ್ಥ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
ಉದಾಹರಣೆ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
ಸಮಾನಾರ್ಥಕ : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
ಸ್ಥಾಪನೆ