ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কোণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কোণ   বিশেষ্য

ಅರ್ಥ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : কোণা, খোঁক, খোহ, চুক

ಅರ್ಥ : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ

ಉದಾಹರಣೆ : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে

ಸಮಾನಾರ್ಥಕ : কর্ণাৰ, কোণা, চক, চুক

ಅರ್ಥ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়

ಉದಾಹರಣೆ : কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে

ಸಮಾನಾರ್ಥಕ : আইচক্রীম কোণ

ಅರ್ಥ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান

ಉದಾಹರಣೆ : এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ