ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এশ লাখ বুজোৱা সংখ্যা
ಉದಾಹರಣೆ : কোটিত একৰ পিছত সাতটা শূন্য হয়
ಸಮಾನಾರ್ಥಕ : কৌটি, কৌড়, কৌৰ, ১০০০০০০০
ಅರ್ಥ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়
ಉದಾಹರಣೆ : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে
ಅರ್ಥ : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : এক কোটি, কৌটি, ১০০০০০০০
ಸ್ಥಾಪನೆ