ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
ಉದಾಹರಣೆ : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : কিৰিলি, কেলকেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ
ಸ್ಥಾಪನೆ