ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো দেশ বা ৰাজ্যৰ প্রধান নগৰ, যʼৰ পৰা তাৰ শাসনকার্য পৰিচালিত হয়
ಉದಾಹರಣೆ : উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌ
ಸಮಾನಾರ್ಥಕ : ৰাজধানী
ಅರ್ಥ : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়
ಉದಾಹರಣೆ : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো
ಸಮಾನಾರ್ಥಕ : আচল ধন, পুঁজি, মূলধন
ಸ್ಥಾಪನೆ