ಅರ್ಥ : যাক তাপ দি সিজোৱা হোৱা নাই
ಉದಾಹರಣೆ :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
ಅರ್ಥ : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
ಉದಾಹರಣೆ :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
ಅರ್ಥ : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
ಉದಾಹರಣೆ :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
ಸಮಾನಾರ್ಥಕ : আধাসিজা