ಅರ್ಥ : অতি ্অর্থলোভী ব্যক্তি
ಉದಾಹರಣೆ :
আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব
ಸಮಾನಾರ್ಥಕ : কৰাইচ
ಅರ್ಥ : কৃপণালি কৰোতা ব্যক্তি
ಉದಾಹರಣೆ :
ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !
ಸಮಾನಾರ್ಥಕ : কৰাইচ
ಅರ್ಥ : যিজন বেছি খৰচ নকৰে
ಉದಾಹರಣೆ :
শেঠ ধনীৰাম কৃপণ লোক, তেওঁ এক ্ পইচাও খৰচ কৰিব নিবিচাৰে
ಅರ್ಥ : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা