ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ঘটি গৈছে
ಉದಾಹರಣೆ : তেওঁ নিজৰ জীৱনত সংঘটিত ঘটনাৰ বর্ণ্্না কৰি আছিল
ಸಮಾನಾರ್ಥಕ : সংঘটিত, সাধিত
ಅರ್ಥ : যিটো কৰা হৈ গৈছে
ಉದಾಹರಣೆ : কৃত কার্যক ্ দোহাৰি লাভ নাই
ಸಮಾನಾರ್ಥಕ : নিষ্পন্ন, সংঘটিত, সম্পন্ন, সাধিত
ಅರ್ಥ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
ಉದಾಹರಣೆ : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
ಸಮಾನಾರ್ಥಕ : নির্মিত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ಸ್ಥಾಪನೆ