ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যʼত শ্লীলতা নাই
ಉದಾಹರಣೆ : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
ಸಮಾನಾರ್ಥಕ : অকথ্য, অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য
ಅರ್ಥ : যিটো ঘৃণাৰ যোগ্য
ಉದಾಹರಣೆ : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
ಸಮಾನಾರ್ಥಕ : অপকৃষ্ট, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
ಅರ್ಥ : যি শুৱনি নহয়
ಉದಾಹರಣೆ : বক্রাচার্যৰ শৰীৰ অশুৱনি
ಸಮಾನಾರ್ಥಕ : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৰূপ, বিশ্রী
ಸ್ಥಾಪನೆ