ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কুমাৰী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কুমাৰী   বিশেষ্য

ಅರ್ಥ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

ಉದಾಹರಣೆ : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

ಸಮಾನಾರ್ಥಕ : অক্ষতযোনি নাৰী, কন্যা

ಅರ್ಥ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

ಉದಾಹರಣೆ : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

ಅರ್ಥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

ಉದಾಹರಣೆ : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

ಸಮಾನಾರ್ಥಕ : অবিবাহিত, অবিবাহিত মহিলা

ಅರ್ಥ : যি স্ত্রী ৰজস্বলা হোৱা নাই

ಉದಾಹರಣೆ : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

ಸಮಾನಾರ್ಥಕ : কুঁৱৰী

কুমাৰী   বিশেষণ

ಅರ್ಥ : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

ಉದಾಹರಣೆ : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

ಅರ್ಥ : যাৰ বিবাহ হোৱা নাই

ಉದಾಹರಣೆ : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

ಸಮಾನಾರ್ಥಕ : অপৰিণীতা, অবিবাহিতা