ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কুবলয় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কুবলয়   বিশেষ্য

ಅರ್ಥ : সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ

ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে খেলা কৰি কৰি সৰোবৰৰ পদুমবোৰ উঘালি আছে

ಸಮಾನಾರ್ಥಕ : অব্জ, অম্বুজ, অম্ভোজ, অৰবিন্দ, ইন্দিবৰ, উৎপল, কমল, কমলিনী, কহ্লাৰ, কুমুদ, কুমুদী, কুৱলয়, কৈৰব, নলিন, নলিনী, নীৰজ, পংকজ, পঙ্কজ, পদুম, পদ্ম, পদ্মিনী, পুণ্ডৰীক, পুষ্কৰ, শতদল, সলিলজ, সৰসিজ, সৰোজ, সৰোৰুহ, ্শ্রীপর্ণ, ৰাজীৱ

ಅರ್ಥ : পানীত হোৱা এবিধ ধুনীয়া ফুল

ಉದಾಹರಣೆ : সৰোবৰত বহুতো পদুম ফুলি আছে

ಸಮಾನಾರ್ಥಕ : অব্জ, অম্বুজ, অম্ভোজ, অৰবিন্দ, ইন্দিবৰ, উৎপল, কমল, কহ্লাৰ, কুমুদ, কৈৰব, নলীন, পংকজ, পদুম, পদুম ফুল, পদ্ম, পুণ্ডৰীক, শতদল, শতপত্র, শ্রীপর্ণ, সলিলজ, সৰোজ, ৰাজীৱ