ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ಉದಾಹರಣೆ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
ಸಮಾನಾರ್ಥಕ : অখাজ, অখাদ্য, অপথ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, খাব নলগীয়া-
ಅರ್ಥ : অনুপযুক্ত আহাৰ
ಉದಾಹರಣೆ : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ
ಸಮಾನಾರ್ಥಕ : অপথ্য
ಅರ್ಥ : যি হিতকৰ নহয় (আহাৰ)
ಉದಾಹರಣೆ : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়
ಅರ್ಥ : যি পথ্য নহয়
ಉದಾಹರಣೆ : কুপথ্য ভোজন কৰা অনুচিত
ಅರ್ಥ : যি খোৱাৰ যোগ্য নহয়
ಉದಾಹರಣೆ : এইটো অখাদ্য বস্তু
ಸಮಾನಾರ್ಥಕ : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য
ಸ್ಥಾಪನೆ