ಅರ್ಥ : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
ಉದಾಹರಣೆ :
তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
ಸಮಾನಾರ್ಥಕ : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি
ಅರ್ಥ : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ
ಉದಾಹರಣೆ :
কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়
ಸಮಾನಾರ್ಥಕ : কুন্তল ৰাগ