ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
ಉದಾಹರಣೆ : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : কুচক্রী
ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
ಅರ್ಥ : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
ಉದಾಹರಣೆ : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
ಸಮಾನಾರ್ಥಕ : কপটপূর্ণ, কপটময়, চলনাময়
ಸ್ಥಾಪನೆ