ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শুকান ঘাঁহ আদিৰ টুকুৰা
ಉದಾಹರಣೆ : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
ಸಮಾನಾರ್ಥಕ : খেৰ-কুটা
ಅರ್ಥ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ಉದಾಹರಣೆ : মোৰ চকুত কুটা সোমাইছে
ಅರ್ಥ : খুন্দা বা কুটাৰ কার্য
ಉದಾಹರಣೆ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
ಸಮಾನಾರ್ಥಕ : খুন্দা, বনা
ಅರ್ಥ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ಉದಾಹರಣೆ : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
ಸಮಾನಾರ್ಥಕ : কুটি থকা
ಅರ್ಥ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ಉದಾಹರಣೆ : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
ಸಮಾನಾರ್ಥಕ : কুটি খোৱা
ಅರ್ಥ : কুটি থোৱা
ಉದಾಹರಣೆ : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
ಸ್ಥಾಪನೆ