ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
ಅರ್ಥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ಉದಾಹರಣೆ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ಸಮಾನಾರ್ಥಕ : কাণ, কাষ, প্রান্তৰ, মূৰ
ಅರ್ಥ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ಉದಾಹರಣೆ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
ಸಮಾನಾರ್ಥಕ : কাষ, দাঁতি, পাৰ
ಸ್ಥಾಪನೆ