ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মিস্ত্রীৰ কাম
ಉದಾಹರಣೆ : মনোহৰে চহৰত মিস্ত্রী কৰে
ಸಮಾನಾರ್ಥಕ : কাৰিকৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
ಅರ್ಥ : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়
ಉದಾಹರಣೆ : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে
ಸಮಾನಾರ್ಥಕ : কাৰিকৰ, বাঢ়ৈ, মিস্ত্রী
ಅರ್ಥ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
ಉದಾಹರಣೆ : কাৰিকৰজন আজি কামলৈ নাহিল
ಸಮಾನಾರ್ಥಕ : কাৰিকৰ
ಸ್ಥಾಪನೆ