ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাৰক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাৰক   বিশেষ্য

ಅರ್ಥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ಉದಾಹರಣೆ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

ಸಮಾನಾರ್ಥಕ : অর্থ, কাৰণ, নিমিত্ত, মূল, হেতু

ಅರ್ಥ : ব্যাকৰণত সংজ্ঞা বা স্্র্ব্্নামৰ যি অৱস্থাৰ দ্বাৰা কোনো বাক্যত তাৰ ক্রিয়াৰ লগত সম্বন্ধ নির্ণয় কৰে

ಉದಾಹರಣೆ : হিন্দীত আঠ প্রকাৰৰ কাৰক আছে

কাৰক   বিশেষণ

ಅರ್ಥ : যিটো কৰিবলগীয়া

ಉದಾಹರಣೆ : ভগৱানেই সকলো কামৰ কর্তা, আমি মাথোঁ নিমিত্ত

ಸಮಾನಾರ್ಥಕ : কর্তা, কৰোঁতা, সংঘটক

ಅರ್ಥ : কোনো কাম কৰোতা

ಉದಾಹರಣೆ : আপোনাৰ হিতৰ কাৰক গ্রহ মংগল