ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
ಉದಾಹರಣೆ : শ্যাম মোৰ কাষতে বহিল
ಸಮಾನಾರ್ಥಕ : ওচৰ
ಅರ್ಥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ಉದಾಹರಣೆ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
ಸಮಾನಾರ್ಥಕ : আগ, মূৰ
ಅರ್ಥ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
ಉದಾಹರಣೆ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
ಸಮಾನಾರ್ಥಕ : পার্শ্ব
ಅರ್ಥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
ಅರ್ಥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ಉದಾಹರಣೆ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ಸಮಾನಾರ್ಥಕ : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
ಅರ್ಥ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
ಉದಾಹರಣೆ : তেওঁ ্ মোৰ ওচৰতে থাকে
ಸಮಾನಾರ್ಥಕ : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
ಅರ್ಥ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
ಉದಾಹರಣೆ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
ಸಮಾನಾರ್ಥಕ : কিনাৰ, দাঁতি, পাৰ
ಅರ್ಥ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
ಉದಾಹರಣೆ : আপোনাৰ কোন ফালে যাবলগীয়া আছে
ಸಮಾನಾರ್ಥಕ : দিশ, পিন, ফাল
ಸ್ಥಾಪನೆ