ಅರ್ಥ : কাশ্মীৰ ৰাজ্যৰ নিবাসী
ಉದಾಹರಣೆ :
আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে
ಸಮಾನಾರ್ಥಕ : কাশ্মীৰ বাসী
ಅರ್ಥ : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে
ಅರ್ಥ : কাশ্মীৰত থকা বা বসতি কৰা
ಉದಾಹರಣೆ :
কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে
ಅರ್ಥ : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ
ಉದಾಹರಣೆ :
তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল