ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কালি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কালি   বিশেষ্য

ಅರ್ಥ : পাৰ হৈ যোৱা কাল বা সময়

ಉದಾಹರಣೆ : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

ಸಮಾನಾರ್ಥಕ : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

ಅರ್ಥ : আজিৰ পূর্বৰ দিনটো

ಉದಾಹರಣೆ : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল

ಸಮಾನಾರ್ಥಕ : যোৱাকালি

ಅರ್ಥ : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ

ಉದಾಹರಣೆ : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে

ಸಮಾನಾರ್ಥಕ : চিয়াঁহী, মহী

কালি   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : আজিৰ এদিন আগৰ দিন

ಉದಾಹರಣೆ : মই কালি ইয়াত নাছিলো