ಅರ್ಥ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে
ಉದಾಹರಣೆ :
ಅರ್ಥ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য
ಉದಾಹರಣೆ :
তেওঁ কলমটো কামুৰি আছে
ಸಮಾನಾರ್ಥಕ : কামুৰি থকা, চোৱোৱা
ಅರ್ಥ : মূৰৰ বিষ কৰা
ಉದಾಹರಣೆ :
আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে