ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কামনা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কামনা   বিশেষ্য

ಅರ್ಥ : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অভিলাষ, আকাংক্ষা, আশ, আশা, আশা-দশা, আশা-ভাৰসা, বাঞ্ছা, ভাৰসা

ಅರ್ಥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

ಅರ್ಥ : কিবা পাবৰ কাৰণে কৰা ইচ্ছা

ಉದಾಹರಣೆ : বাসনাৰ কেতিয়াও অন্ত নহয়

ಸಮಾನಾರ್ಥಕ : বাসনা