ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাম ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাম   বিশেষ্য

ಅರ್ಥ : ইন্দ্রিয়সমূহৰ নিজ নিজ বাসনাৰ প্রতি আসক্তি

ಉದಾಹರಣೆ : কাম, ক্রোধ, লোভ, মোহ আদি মানুহৰ শত্রু

ಅರ್ಥ : সহবাস বা মৈথুনৰ ইচ্ছা

ಉದಾಹರಣೆ : ব্রহ্মচাৰীয়ে কাম-বাসনাৰ ওপৰত জয়লাভ কৰিহে নিজৰ ব্রত পালন কৰে

ಸಮಾನಾರ್ಥಕ : কাম-বাসনা, কামুকতা

ಅರ್ಥ : যিটো কৰা যাব

ಉದಾಹರಣೆ : তেওঁ ্সদায় ভাল কামেই কৰে

ಸಮಾನಾರ್ಥಕ : কর্ম, কার্য, কৃত্য, কৰম

ಅರ್ಥ : কোনো ব্যক্তি বা বস্তুৰ পৰিশ্রম, কার্য-্কলাপ আদিৰ দ্বাৰা নির্মিত হোৱা বা অস্তিত্বলৈ অহা উৎপাদন

ಉದಾಹರಣೆ : আপোনাৰ কাম বৰ ধুনীয়া মই আপোনাক মোৰ সকলোতকৈ ভাল কাম দেখুৱাই আছো