ಅರ್ಥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ಉದಾಹರಣೆ :
প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ಸಮಾನಾರ್ಥಕ : কলম
ಅರ್ಥ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ
ಉದಾಹರಣೆ :
তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে
ಅರ್ಥ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ
ಉದಾಹರಣೆ :
এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ
ಸಮಾನಾರ್ಥಕ : ট্রফী