ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ಉದಾಹರಣೆ : এই কাঁহীখনৰ কাণটো বৰ পাতল
ಸಮಾನಾರ್ಥಕ : কাষ, কিনাৰ, প্রান্তৰ, মূৰ
ಅರ್ಥ : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
ಉದಾಹರಣೆ : গা-ধোওঁতে মোৰ কাণত পানী সোমাল
ಸಮಾನಾರ್ಥಕ : কর্ণ, শ্রুতি, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
ಸ್ಥಾಪನೆ