ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অনাহকত তর্ক কৰি থকা ব্যক্তি
ಉದಾಹರಣೆ : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : কুতৰ্কী, বিতণ্ডাবাদী
ಅರ್ಥ : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
ಉದಾಹರಣೆ : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
ಸಮಾನಾರ್ಥಕ : কন্দলীয়া, দন্দখোৰ
ಅರ್ಥ : সমানে সমানে কাজিয়া কৰোঁতা
ಉದಾಹರಣೆ : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
ಸಮಾನಾರ್ಥಕ : কলহপ্রিয়, ্কর্কশ
ಅರ್ಥ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
ಉದಾಹರಣೆ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
ಸಮಾನಾರ್ಥಕ : উগ্রা, দন্দুৰী
ಸ್ಥಾಪನೆ