ಅರ್ಥ : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
ಉದಾಹರಣೆ :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
ಸಮಾನಾರ್ಥಕ : যাতনা দিয়া, শাস্তি দিয়া
ಅರ್ಥ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
ಉದಾಹರಣೆ :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
ಸಮಾನಾರ್ಥಕ : দুখ দিয়া
ಅರ್ಥ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
ಉದಾಹರಣೆ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
ಸಮಾನಾರ್ಥಕ : উৎপীড়ন কৰা, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া