ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কষ্ট ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কষ্ট   বিশেষ্য

ಅರ್ಥ : কোনো উদ্দেশ্য সাধনৰ বাবে কৰা কাম:তেওঁ্ সফলতা পোৱাৰ কাৰণে অতিপাত চেষ্টা কৰিছিল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : চেষ্টা, প্রচেষ্টা, প্রযত্ন, প্রয়াস, যত্ন

ಅರ್ಥ : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ಉದಾಹರಣೆ : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

ಸಮಾನಾರ್ಥಕ : অসুখ, দুঃখ, দুখ, পীড়া, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

ಅರ್ಥ : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

ಉದಾಹರಣೆ : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

ಸಮಾನಾರ್ಥಕ : কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

ಅರ್ಥ : শৰীৰ বা মনত দিয়া বা হোৱা পীড়া

ಉದಾಹರಣೆ : ভাৰতক স্বাধীন কৰিবৰ কাৰণে দেশভক্তসকলে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল

ಸಮಾನಾರ್ಥಕ : দুখ, দুখ-কষ্ট, দুখ-বেদনা, যন্ত্রণা, যাতনা