ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ಉದಾಹರಣೆ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
ಸಮಾನಾರ್ಥಕ : কাপ
ಅರ್ಥ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
ಉದಾಹರಣೆ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
ಸಮಾನಾರ್ಥಕ : কাপ, নিজৰি কাপ, পেন, লেখনী
ಅರ್ಥ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ಉದಾಹರಣೆ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
ಸಮಾನಾರ್ಥಕ : লেখনি
ಸ್ಥಾಪನೆ