ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কল   বিশেষ্য

ಅರ್ಥ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ

ಉದಾಹರಣೆ : ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল

ಸಮಾನಾರ್ಥಕ : ইঞ্জিন, চলন যন্ত্র, মেচিন, যন্ত্র

ಅರ್ಥ : দীঘলীয়া মঙহাল আৰু মিঠা সোৱাদৰ ফল লগা, দুই-তিনি মিটাৰ দীঘল পাতৰ এবিধ গছ, যি এবাৰ ফল দি মৰি যোৱা

ಉದಾಹರಣೆ : তেওঁ ঘৰৰ পিছফালে কলগছ ৰুইছে

ಸಮಾನಾರ್ಥಕ : কদলীগছ, কলগছ

ಅರ್ಥ : কোনো বিশেষ কাম কৰিবলৈ বা কোনো বস্তু বনাবলৈ ব্যৱহাৰ কৰা উপকৰণ

ಉದಾಹರಣೆ : আধুনিক যুগত নতুন নতুন যন্ত্রৰ সৃষ্টি হৈ আছে

ಸಮಾನಾರ್ಥಕ : মেচিন, যন্ত্র, যন্ত্র-পাতি

ಅರ್ಥ : এবিধ দীঘলীয়া মঙহাল মিঠা ফল

ಉದಾಹರಣೆ : তেওঁ ্ কল খাই আছে

ಸಮಾನಾರ್ಥಕ : কদলী, ৰম্ভা