ಅರ್ಥ : যি ইন্দ্রিয়ৰ সহায়ত শ্্ব্দ শুনা পোৱা যায়
ಉದಾಹರಣೆ :
গা-ধোওঁতে মোৰ কাণত পানী সোমাল
ಸಮಾನಾರ್ಥಕ : কাণ, শ্রুতি, শ্রোত্র, শ্রৱণ, শ্রৱণেন্দ্রিয়, শ্্ব্দগ্রহ
ಅರ್ಥ : কুন্তীৰ সকলোতকৈ ডাঙৰ পুত্র যি বৰ দানী আছিল আৰু যাক জন্ম লোৱাৰ পিছতে কুন্তীয়ে ত্যাগ কৰিছিল
ಉದಾಹರಣೆ :
কর্ণৰ ্দানবীৰতাৰ কাহিনী আজিও মানুহে বৰ আগ্রহেৰে শুনে আৰু পঢ়ে