ಅರ್ಥ : দেহত এক শিহৰণ অনুভৱ কৰা
ಉದಾಹರಣೆ :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
ಸಮಾನಾರ್ಥಕ : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা
ಅರ್ಥ : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
ಉದಾಹರಣೆ :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা