ಅರ್ಥ : কোনো বস্তু আদি লুপ্ত হৈ অলপ থাকি যোৱা
ಉದಾಹರಣೆ :
বৰষুণ নোহোৱাৰ ফলত নদীত পানী কমি আহিছে
ಸಮಾನಾರ್ಥಕ : তাকৰ হোৱা, ন্যূন হোৱা
ಅರ್ಥ : কোনো বস্তু আকাৰ, সীমা বা প্রসাৰতা আদিত সৰু হৈ অহা
ಉದಾಹರಣೆ :
তেওঁৰ ্উপার্জন কমি আহিছে
ಸಮಾನಾರ್ಥಕ : সংকুচিত হোৱা
ಅರ್ಥ : যিটো কম হৈ আহিছে বা তললৈ গৈ আছে
ಉದಾಹರಣೆ :
তেওঁলোকৰ মাজত কমি অহা আত্মীয়তা দেখি মই বিচলিত হʼলে
ಸಮಾನಾರ್ಥಕ : হ্রাস পোৱা