ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কমলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কমলা   বিশেষ্য

ಅರ್ಥ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

ಉದಾಹರಣೆ : তেওঁ ্সদায় কমলাৰ ৰস খায়

ಸಮಾನಾರ್ಥಕ : কমলা টেঙা

ಅರ್ಥ : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

ಉದಾಹರಣೆ : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

ಸಮಾನಾರ್ಥಕ : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

ಅರ್ಥ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

ಉದಾಹರಣೆ : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

ಸಮಾನಾರ್ಥಕ : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

ಅರ್ಥ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

ಉದಾಹರಣೆ : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

ಸಮಾನಾರ್ಥಕ : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ