ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
ಉದಾಹರಣೆ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
ಸಮಾನಾರ್ಥಕ : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
ಅರ್ಥ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
ಉದಾಹರಣೆ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
ಸಮಾನಾರ್ಥಕ : আৱৰণ, খোলা
ಅರ್ಥ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
ಉದಾಹರಣೆ : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
ಸಮಾನಾರ್ಥಕ : অংগৰক্ষী
ಸ್ಥಾಪನೆ