ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
ಉದಾಹರಣೆ : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
ಸಮಾನಾರ್ಥಕ : নিয়তি, ভাগ্য, ললাট
ಅರ್ಥ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ
ಉದಾಹರಣೆ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে
ಸಮಾನಾರ್ಥಕ : অগ্রশিৰ, আগমূৰ, ভাল, ললাট
ಸ್ಥಾಪನೆ