ಅರ್ಥ : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
ಉದಾಹರಣೆ :
কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
ಸಮಾನಾರ್ಥಕ : কদম্ব
ಅರ್ಥ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ಉದಾಹರಣೆ :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ಸಮಾನಾರ್ಥಕ : খোজ
ಅರ್ಥ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ಉದಾಹರಣೆ :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ಸಮಾನಾರ್ಥಕ : খোজ