ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কথা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কথা   বিশেষ্য

ಅರ್ಥ : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : কাহিনী, কাহিনী-কথা

ಅರ್ಥ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

ಉದಾಹರಣೆ : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

ಸಮಾನಾರ್ಥಕ : ঘটনা

ಅರ್ಥ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ಉದಾಹರಣೆ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

ಸಮಾನಾರ್ಥಕ : জবান, বচন

ಅರ್ಥ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ಉದಾಹರಣೆ : আনৰ ভাল লগা কথাহে কোৱা উচিত

ಸಮಾನಾರ್ಥಕ : বচন, বাণী

ಅರ್ಥ : কিবা কোৱা কার্য

ಉದಾಹರಣೆ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

ಸಮಾನಾರ್ಥಕ : কথন, বচন, বাক, বাচ্য

ಅರ್ಥ : গোৱা কার্য ্বা ভাব

ಉದಾಹರಣೆ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

ಸಮಾನಾರ್ಥಕ : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত