ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বেছি কথা কোৱা ব্যক্তি
ಉದಾಹರಣೆ : কথকীৰ মাজত মনে মনে থকাই ভাল
ಸಮಾನಾರ್ಥಕ : অতিভাষী
ಅರ್ಥ : বহুত কথা কʼব পৰাজন
ಉದಾಹರಣೆ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : অতিভাষী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
ಅರ್ಥ : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
ಉದಾಹರಣೆ : ৰামু এজন বহুবল্কী ব্যক্তি
ಸಮಾನಾರ್ಥಕ : বহুবল্কী
ಸ್ಥಾಪನೆ