ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
ಉದಾಹರಣೆ : তেওঁৰ ্ মাতটো বৰ মিঠা
ಸಮಾನಾರ್ಥಕ : গলা, বোল, মাত, স্বৰ
ಅರ್ಥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
ಉದಾಹರಣೆ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
ಸಮಾನಾರ್ಥಕ : লয়, সুৰ
ಅರ್ಥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
ಉದಾಹರಣೆ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
ಸಮಾನಾರ್ಥಕ : গলা
ಅರ್ಥ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
ಉದಾಹರಣೆ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
ಸಮಾನಾರ್ಥಕ : গল, গলা
ಸ್ಥಾಪನೆ