ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কটা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কটা   বিশেষ্য

ಅರ್ಥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য

ಉದಾಹರಣೆ : মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে

ಸಮಾನಾರ್ಥಕ : কলম দিয়া

ಅರ್ಥ : কটোৱাৰ কাম

ಉದಾಹರಣೆ : ঠিকাদাৰে বনুৱাবোৰৰ দ্বাৰা খেতিডৰা দোৱাৰ কাম কৰি আছে

ಸಮಾನಾರ್ಥಕ : দোৱা

কটা   ক্ৰিয়া

ಅರ್ಥ : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা

ಉದಾಹರಣೆ : পাচলি কাটি আছে

ಅರ್ಥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য

ಉದಾಹರಣೆ : মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে

ಸಮಾನಾರ್ಥಕ : কলম দিয়া

ಅರ್ಥ : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য

ಉದಾಹರಣೆ : মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে

ಅರ್ಥ : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য

ಉದಾಹರಣೆ : শিক্ষকে ভুল উত্তৰটো কাটিলে

ಅರ್ಥ : কপাহ পকাই সূতা তৈয়াৰ কৰা কার্য

ಉದಾಹರಣೆ : মায়ে লগুণ বনাবলৈ সূতা কাটিছে

ಸಮಾನಾರ್ಥಕ : সূতা কটা

ಅರ್ಥ : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা

ಉದಾಹರಣೆ : গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে

ಅರ್ಥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : কলম দিয়া

ಅರ್ಥ : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা

ಉದಾಹರಣೆ : জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে

কটা   বিশেষণ

ಅರ್ಥ : কটা যোৱা

ಉದಾಹರಣೆ : ৰীমাই কটা বাহুটো দেখি চকখাই উঠিল

ಸಮಾನಾರ್ಥಕ : খণ্ডিত, চ্ছিন্ন