ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গাখীৰ দিয়া চাৰিঠেঙীয়া জন্তুৰ স্তন
ಉದಾಹರಣೆ : এই গাইজনীৰ ওহাৰখন বৰ ডাঙৰ
ಅರ್ಥ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
ಉದಾಹರಣೆ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
ಸಮಾನಾರ್ಥಕ : কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত, স্তন
ಸ್ಥಾಪನೆ